peepl-small

শোণিতপুৰত তিনি সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ বাতিল

PUBLISHED:

গুৱাহাটীঃ দুৰ্নীতি-অনিময়ৰ বাবে শোণিতপুৰ জিলা খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে তিনিজন সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।
বিভাগটোৰ ফালৰ পৰা তদন্তত সুলভ মূল্যৰ ডীলাৰৰ অনিয়ম ধৰা পৰাত অমূল্য ভূঞা, উমেশ চন্দ্ৰ নাথ আৰু তপন ভট্টাচাৰ্যৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয়।
এই সম্পৰ্কে বিভাগীয় মন্ত্ৰী ৰনজিত কুমাৰ দাসে প্ৰকাশ কৰে যে ৰাজহুৱা স্বাৰ্থত কোনোধৰণৰ অনিময় সহ্য কৰা নহ’ব।

Photo: Representative

 

RELATED ARTICLES