peepl-small

লাফিকুলৰ হত্যাকাণ্ড ৰাজনৈতিকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

PUBLISHED:

গুৱাহাটীঃ এ বি এমছু নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ড সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।  

বি টি আৰত ৰাজনৈতিক হত্যাকাণ্ড বন্ধ হ’ব লাগে বুলি মত প্রকাশ কৰি ড০ শর্মাই কয়—“লাফিকুলৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আছিল। এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়া হৈছে। আমি চি বি আই আৰু ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিম যাতে অহা দুমাহ-তিনিমাহৰ ভিতৰত লফিকুলৰ হত্যাকাৰী পোহৰলৈ আহে।”

ৰাজনৈতিক হত্যাকাণ্ড এবাৰ পোহৰলৈ আনিলে বি টি আৰত পুনৰ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস নকৰিব বুলি মত প্ৰকাশ কৰে শৰ্মাই। ইয়াৰ ফলত ৰাইজে নিৰাপদ অনুভৱ কৰিব বুলিও কয় তেওঁ।

RELATED ARTICLES