peepl-small

Breaking: পিছুৱাই দিয়া হ’ল মেট্ৰিক পৰীক্ষা

PUBLISHED:

গুৱাহাটীঃ ক’ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১১ মে’ৰ পৰা অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা।
এইকথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। 

RELATED ARTICLES