peepl-small

হোমগাৰ্ড বৰসিং বে’ক কনিষ্টবল হিচাপে দিয়া হ’ব নিযুক্তি

PUBLISHED:

গুৱাহাটীঃ অসম আৰক্ষীত নিয়মীয়া চাকৰি লাভ কৰিলে হোমগাৰ্ড বৰসিং বে’য়ে। ড্ৰাগছ সৰবৰাহকাৰীৰ উপঢৌকন নেওচি ১২ কোটি টকাৰ ড্ৰাগছ ধৰিছিল ডিলাই থানাৰ হোমগাৰ্ড বৰসিঙে।

সেইগৰাকী বৰসিঙৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ চিন স্বৰূপে চৰকাৰে আগবঢ়াইছে কনিষ্টবলৰ চাকৰি।

এই সম্পৰ্কে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেটত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্ত্ৰী পীয়ুয হাজৰিকাই প্ৰকাশ কৰে।

RELATED ARTICLES