peepl-small

পিছুৱাব নেকি মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা? কি ক’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

PUBLISHED:

গুৱাহাটীঃ দেশত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে চিবিএছইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। ইয়াৰ পাছতে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ ক্ৰমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব নেকি বুলি ৰাজ্যত চৰ্চাৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

“বিহুটো হৈ যাওক, তাৰ পাছত আমি সিদ্ধান্ত ল’ম।”—নিউজ লাইভক এনেদৰে জনায় মন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES