peepl-small

সমষ্টিবাসীলৈ চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান হিমন্ত বিশ্ব শৰ্মাৰ

PUBLISHED:

গুৱাহাটীঃ সমষ্টিবাসীলৈ চৰকাৰী আঁচনিৰ সুবিধা আগবঢ়ালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ভূমিহীন খিলঞ্জীয়াক প্ৰদান কৰিলে ভূমিপট্টা। মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত যান-বাহন বিতৰণৰ পৰা ৰেচন কাৰ্ডলৈ বিতৰণ কৰে মন্ত্ৰী ড০ শৰ্মাই।

“জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নেই আমাৰ লক্ষ্য ৷ আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আবণ্টনপত্ৰ বিতৰণ, মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত লঘু যান-বাহন প্ৰদান তথা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশ লৈ আনন্দিত হৈছো৷”—এনেদৰে ছ’চিয়েল মিডিয়াত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES