peepl-small

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১৫,০০০ ৰো অধিক ভোটত অগ্ৰগতি

PUBLISHED:

গুৱাহাটী: বহু প্রতীক্ষাৰ অন্তত আজি অসম বিধানসভা নির্বাচনৰ ভোটগণনা সম্পন্ন হ’ব৷

বিগত প্রায় এমাহ ধৰি চলা জল্পনা–কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটিব আজি।  আজি হ’বলগীয়া ভোটগণনাৰ পাছতেই স্পষ্ট হ’ব দিছপুৰত পৰৱর্তী ৫ বছৰলৈ কোন অধিষ্ঠিত হ’ব৷

চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ১৫,০০০ ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জালুকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা মন্ত্ৰী ড৹ শৰ্মাই ২৪৯৪৭ টা ভোট লাভ কৰাৰ পৰিৱৰ্তে তেওঁৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী ৰমেন বৰঠাকুৰে ৯০২০ টা ভোট লাভ কৰিছে ৷

RELATED ARTICLES