Guwahati

ৰুক্মিণী নগৰৰ ঘৰে ঘৰে একঁকাল পানীঃ ব্যৱস্থা গ্রহণৰ দাবী জ্যেষ্ঠ নাগৰিকৰ

গুৱাহাটী:  ৰাজ্যৰ ৰাজধানীৰ নিকটৱর্তী অঞ্চল ৰুক্মিণী নগৰৰ হৎ এলেকা বিগত কিছুদিন ধৰি বানপানীৰ কবলত পৰি জুৰুলা হৈ পৰিছে৷ ইফালে, ক’ৰোনাৰ আতংক, আনফালে ঘৰৰ ভিতৰত একাঁঠুৰ পৰা একঁকাললৈকে পানীয়ে অৱস্থা নোহোৱা কৰিছে হু পৰিয়ালৰ৷ এনে পৰিস্থিতিত ৰুক্মিণী নগৰৰ জনজীৱন স্তব্ধ হৈ…

Breaking: Curfew in Guwahati from 2 p.m.

GUWAHATI: The COVID-19 curfew in Guwahati will begin from 2 p.m. from Wednesday. The new order will remain in force till June 22, said health minister Keshab Mahanta at a press meet in Haflong.

আমচাঙৰ আঘাতপ্রাপ্ত বন্যহস্তীক ৰাজ্যিক চিৰিয়াখানাত চিকিৎসা

গুৱাহাটী:  গুৱাহাটীৰ জি এছ ৰোডত যোৱা বছৰ মুক্ত বিচৰণ কৰা ন্যহস্তীটো আঘাতপ্রাপ্ত৷ গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তর্গত অমচিং যোৰাবাটৰ আশ্রম বস্তিত সংঘটিত হাতীৰ দলবদ্ধ আক্রমণত আহত হয় হাতীটো৷ নৰীয়া হাতীৰ দাঁতৰ আক্রমণত হাতীটোৰ সোঁভৰিত আঘাতপ্রাপ্ত হয়৷ ফলত সোঁভৰিত প্রকাণ্ড গাঁতৰ চিহ্ণ দেখা…

Gold worth Rs 50 lakh seized in Guwahati

GUWAHATI: Assam Police on Tuesday seized a huge amount of gold and cash from a four-wheeler in Guwahati. Bharalu Police seized gold worth Rs 50 lakh and Rs 8 lakh cash from the possession of two persons. Police arrested Manoj…

কৃত্রিম বানত প্লাৱিত মহানগৰীৰ বিস্তীর্ণ অঞ্চল

গুৱাহাটী:  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ বাবে পৌৰ নিগমে ঢ়াক–ঢ়োল বজাই থকাৰ মাজতে কালি নিশাৰ এজাক বৰষুণে জি এম চিৰ মিছন ফ্লাডফ্রীৰ নগ্ণ ছবি উন্মোচিত কৰে৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ সপোন দেখুৱাই বছৰৰ পিছত বছৰ ধৰি ৰাজকোষৰ…

CM Sarma meets Governor Mukhi at Raj Bhawan

GUWAHATI: Chief minister Dr Himanta Biswa Sarma on Tuesday met governor Prof Jagdish Mukhi at Raj Bhawan in Guwahati. Dr Sarma briefed the governor about various steps being taken by the government to ensure well-being of people and all round…

আজি কুশল কোঁৱৰৰ ৭৮ সংখ্যক বলিদান দিৱসঃ নেহেৰু পাৰ্কত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

গুৱাহাটী: স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ আজি ৭৮ সংখ্যক বলিদান দিৱস। সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে নেহেৰু পাৰ্কস্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিস্থলিত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাধীনতা সংগ্ৰামৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অম্বুবাচী মেলা বাতিল

গুৱাহাটী: ক’ভিড মহামাৰীৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে চলিত বর্ষৰ অম্বুবাচী মেলা৷ লগতে কামাখ্যা মন্দিৰৰ চৌহদত ভক্তসকলৰ থকা–খোৱা আদি ব্যৱস্থাৰ ক্ষেত্রত বিশেষকৈ আৰোপ কৰা হৈছে৷ কামৰূপ মহানগৰ জিলা দণ্ডাধীশ বিশ্বজিৎ পেগুৱে সোমবাৰে এই সন্দর্ভত এক নির্দেশনা জাৰি কৰি…

Assam CM visits Bijulee Bhawan; holds meeting with power department officials

GUWAHATI: Assam Chief Minister Dr. Himanta Biswa Sarma on Monday visited the Bijulee Bhawan in Guwahati and hold a review meeting with APDCL, APGCL, AEGCL and the power department officials. The Chief Minister asked the power department officials to plug…

Assam Governor to temporarily shift to Koinadhora

GUWAHATI: A prime address in Guwahati for over a decade during Tarun Gogoi’s tenure as Assam chief minister—Koinadhora—will now have a new resident. Reconstruction and repairs works are in full swing at the Koinadhora premises near Khanapara to accommodate Assam…

News Live TV