গুৱাহাটীঃ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰামতে কৰোনাক্ৰান্তক চিকিৎসা কৰিবলৈ গুৱাহাটী মহানগৰীত আছে পৰ্যাপ্ত বিছনা। নিউজ লাইভৰ সৈতে হোৱা বাৰ্তালাপত বিষয়াগৰাকীয়ে জনায় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ…