peepl-small

লণ্ডনৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল ‘বেলকনিত ভগৱান’

PUBLISHED:

গুৱাহাটীঃ ৰেইনবো ফিল্ম ছ’চাইটীয়ে আয়োজন কৰা ২২ সংখ্যক ৰেইনবো লণ্ডন ফিল্ম ফেষ্টিভেলত জিলিকিবলৈ সক্ষম হৈছে অসমীয়া ছবি ‘বেলকনিত ভগৱান’।
নুৰুল চুলতান প্ৰযোজিত আৰু বিশ্বজিত বৰা পৰিচালিত ছবিখনে মহোৎসৱত বিশেষ বঁটা লাভ কৰিছে।
লণ্ডনৰ ৰিচ মিক্স চেণ্টাৰত ৪ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবিখনে এই সন্মান লাভ কৰে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সন্মানে উৎফুল্লিত কৰিছে বেলকনিত ভগৱানৰ সৈতে জড়িত কলা-কুশলীসকলক।

RELATED ARTICLES