peepl-small

চৰকাৰী বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ স্মাৰ্টফোন

PUBLISHED:

গুৱাহাটীঃ চৰকাৰী বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব বিনামূলীয়া স্মাৰ্টফোন। বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে েই কথা ঘোষণা কৰে।

অনগ্ৰসৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে টুইটযোগে এনেদৰে আনন্দ প্ৰকাশ কৰে-“চৰকাৰী বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন প্ৰদানে অনগ্ৰসৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ শৈক্ষিক ক্ষতি হ্ৰাস কৰাত সহায় কৰিব।
এনে অভিলাষী পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনালোঁ।”

RELATED ARTICLES