peepl-small

শীঘ্রে বিজেপিলৈ যাব কংগ্রেছৰ পাঁচ বিধায়ক; বিজেপিৰ শীর্ষ নেতৃত্বৰ সেউজ সংকেতলৈ অপেক্ষা

PUBLISHED:

গুৱাহাটীঃ বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ ক্ষেত্রত আনকি বিৰোধী দলপতিৰ দৰে শীর্ষ আসনত থকা নেতাকো একাষৰীয়া কৰি প্রদেশ কংগ্রেছৰ সভাপতিজনে দলৰ একাংশ কনিষ্ঠ নেতাৰ পৰামর্শকহে গুৰুত্ব দি অহা কার্যত অসন্তুষ্ট হৈ পৰিছিল বহু জ্যেষ্ঠ নেতা৷

RELATED ARTICLES