peepl-small

তিনিচুকীয়াত পেট্ৰল পাম্পত গুলীচালনা, ৩ লক্ষাধিক ধন লুট

PUBLISHED:

গুৱাহাটীঃ নিশা তিনিচুকীয়াৰ পেট্ৰল পাম্পত গুলীচালনা ৩জনীয়া ডকাইতৰ দলৰ। পেট্ৰল পাম্পত থকা নগদ ধন লৈ উধাও হয় ডকাইতৰ দলটো। হিজুগুৰী অঞ্চলৰ মদনমোহন  জয়প্ৰকাশ নামৰ এটা পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনা।

ডকাইতৰ দলটোৱে লুটি লৈ যায় ৩ লাখ ৫৯ হাজাৰ টকা। আনহাতে, তিনি ডকাইতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।  

RELATED ARTICLES