peepl-small

হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্টক লৈ ভুৱা প্ৰচাৰ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ফেচবুক একাউণ্টৰ নামত অপপ্রচাৰ চলোৱাৰ চেষ্টা চলাইছে এটা দুষ্ট চক্রই৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু মেট্রিক পৰীক্ষা অনুষ্ঠিত হোৱা সন্দর্ভত কেতবোৰ ভুৱা তথ্য মন্ত্রীগৰাকীৰ ফেচবুক একাউণ্টৰ নামত ছ’চিয়েল মিডিয়াত অপপ্রচাৰ কৰিবলৈ চেষ্টা চলাইছে এই দুষ্ট চক্রটোৱে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ভুৱা প্রচাৰ সন্দর্ভত অসম আৰক্ষীৰ ছাইবাৰ চেলত এটা গোচৰ ৰুজু কৰা হৈছে৷

RELATED ARTICLES