Education

সংকুচিত পাঠ্যক্রমেৰে হ’ব মেট্রিক–হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

গুৱাহাটী: ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ শিক্ষাখণ্ডত অব্যাহত থকা অচলাৱস্থাৰ মাজতে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)ৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ সংকুচিত পাঠ্যক্রমেৰে শীঘ্রে ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰিব মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ দেওবাৰে এই…

শিক্ষাৰ নামত ব্যক্তিগত খণ্ডৰ ব্যৱসায়ঃ মেট্রিকৰ পূর্বেই একাদশ শ্রেণীত নামভর্তি অভিজাত বিদ্যালয়ত

গুৱাহাটী: ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত সমগ্র দেশৰ শিক্ষা ব্যৱস্থাত একপ্রকাৰ অচলাৱস্থা বিৰাজ কৰিছে৷ অতি গুৰুত্বপূর্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভতো এতিয়ালৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৰাজ্য চৰকাৰ৷  শুকুৰবাৰে ছেবা কর্তৃপক্ষই সদৰী কৰা মতে, অহা ৫ জুনৰ পিছত ৰাজ্যৰ আন্তঃজিলা যাতায়াত…

৫ জুনৰ পিছতহে হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিদ্ধান্ত

গুৱাহাটী: চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত শুকুৰবাৰে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) কর্তৃপক্ষ আৰু সদৌ অসম ছাত্র সন্থাৰ নেতৃত্ব৷ শুকুৰবাৰৰ বৈঠকত পৰীক্ষাৰ মডেলিটী, ছাত্র–ছাত্রীৰ শৈক্ষিক স্বার্থ    আৰু স্বাস্থ্যৰ সুৰক্ষা সন্দর্ভত গুৰুত্বপূর্ণ আলোচনা কৰা হয়৷…

কটন বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসঃ ভার্চুৱেল পদ্ধতিত অনুষ্ঠিত হ’ল সভা

গুৱাহাটীঃ  উত্তৰ–পূবৰ প্রথম অগ্রণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয় তথা পূর্বৰ কটন কলেজৰ ১২১সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে ৩ বজাত ভার্চুৱেল পদ্ধতিত সভা অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত উপাচার্য অধ্যাপক ভৱেশ চন্দ্র গোস্বামীয়ে উদ্বোধনী…

Assam: NEF College Guwahati donates Rs 1 lakh to CM’s relief fund

GUWAHATI: The NEF Law College of Guwahati has contributed an amount of Rs 1 lakh to the Chief Minister’s relief fund on Thursday. The cheque was handed over to the Chief Minister of Assam Dr. Himanta Biswa Sarma by Nef…

Gauhati University issues SOP for upcoming exam

GUWAHATI: Gauhati University has announced a new set of Standard Operating Procedures(SOP) for the upcoming exams. Given rising COVID-19 cases, Gauhati University has chosen to conduct the upcoming exam in an online method. It has issued Standard Operating Procedures (SOPs)…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নির্দেশনা প্রকাশঃ পৰীক্ষা শেষ হোৱাৰ এঘণ্টাৰ ভিতৰত কৰিব লাগিব উত্তৰবহী আপলোড

গুৱাহাটী: জুন মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা সন্দর্ভত মঙলবাৰে যাৱতীয় নির্দেশনাৱলী প্রকাশ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ এই নির্দেশনা অনুসৰি ছাত্র–ছাত্রীসকলৰ উত্তৰবহীৰ মুঠ পৃষ্ঠা হ’ব লাগিব ১০৷ পিডিএফ ৰূপত আপলোড কৰা সময়ত পিডিএফৰ আকাৰ ৫ এমবিতকৈ কম হ’ব লাগিব৷ এই নির্দেশনাত…

৫ ছেপ্টেম্বৰৰ ভিতৰত চিবিএছইৰ আর্হিত মেট্রিক-উচ্চতৰ মাধ্যমিক পৰীক্ষা

গুৱাহাটীঃ ৫ ছেপ্টেম্বৰৰ ভিতৰতে অনুষ্ঠিত হ’ব ছেবাই পৰিচালনা কৰা মেট্রিক আৰু কাউন্সিলে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ দুয়োটা পৰীক্ষাই অনুষ্ঠিত হ’ব চি বি এছ ইৰ আর্হিত৷ –এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷  দেওবাৰে মৰিগাঁও আৱর্ত ভৱনত এখন সংবাদ মেলত…

Meeting underway to discuss conduct of CBSE Class XII, entrance exams

New Delhi: A high-level meeting, chaired by Union Defence Minister Rajnath Singh, to discuss the conduct of CBSE exams for Class XII and entrance examinations for professional courses, is currently underway. The Education Ministers of States and Union Territories, Education…

JEE MAIN 2021 [May exam postponement] new exam & registration dates! How to stay focused on preparations amid all?

New Delhi: NTA on May 4 announced the postponement of JEE Main 2021 May session Exams. There is also delay in the registration process due to a spike in coronavirus cases. The previous dates announced for JEE Main 2021 May…

News Live TV