peepl-small

ক’ভিডত মৃত্যু হ’ল শৰীৰ চৰ্চাবিদ, প্ৰশিক্ষক দেৱজিত গগৈ

PUBLISHED:

গুৱাহাটী:  আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা প্ৰশিক্ষক দেৱজিত গগৈ ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। দীৰ্ঘদিন শৰীৰ চৰ্চাৰ সৈতে জড়িত হৈ আছিলদেৱজিত গগৈ।

প্ৰাক্তন মিষ্টাৰ অসম দেৱজিত গগৈৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

 

RELATED ARTICLES