peepl-small

দিল্লীত সাম্প্রদায়িক হিংসাঃ অৱশেষত জামিন লাভ জেএনইউৰ ছাত্রী অসমৰ দেৱাংগনা কলিতাৰ

PUBLISHED:

গুৱাহাটী:  এক দীঘলীয়া আইনী যুঁজৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী অসমৰ দেৱাংগনা কলিতাক৷ দিল্লীৰ সাম্প্রদায়িক হিংসাত উচটনি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা দেৱাংগনাৰ লগতে আজি নাটাশা নৰৱাল আৰু জামিয়াৰ ছাত্ৰী আচিফ ইকবাল তানহাকো জামিন প্ৰদান কৰে।

উল্লেখ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত নাগৰিকত্ব (সংশোধনী) আইন (CAA)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ আঁৰত উচটনি দিয়াৰ অভিযোগত নাটাশা নৰৱাল আৰু অসমৰ দেৱংগনা কলিতাক ২০২০ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

RELATED ARTICLES