peepl-small

গুৱাহাটীবাসী সজাগ নহ’লে বিপদ অনিবাৰ্য: GMCHৰ অধ্যক্ষ

PUBLISHED:

গুৱাহাটীঃ গুৱাহাটীবাসী সজাগ নহ’লে বিপদ অনিবাৰ্য। বিগত বাৰদিনত প্ৰতিদিনে এহাজাৰৰ পৰা ১৬শ লোক কোভিডত আক্ৰান্ত হৈছে।

কণ্টেইমেণ্ট জ’নৰ লোকসকল সজাগ নহ’লে বৃদ্ধি পাব কোভিড আক্ৰান্তৰ সংখ্যা। তেতিয়া চিকিৎসালয়ত বিছনাৰো অভাৱ ঘটিব পাৰে। এই মন্তব্য গুৱাহটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ।
তেওঁ কয় যে দৈনিক ১৪০০-১৫০০ কৈ ৰোগী হ’লে গুৱাহাটী মহানগৰীত বিছনাৰ অভাৱ হ’ব।

চাওক কি ক’লে ডা০ বৈশ্যই-

RELATED ARTICLES