গুৱাহাটী: কামৰূপ জিলা উদ্যোগ কেন্দ্রৰ কার্যকৰী পৰিচালক কুন্তল মণি শর্মা বৰদলৈক মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া (অ’এছডি) হিচাপে নিযুক্তি দিয়া হৈছে৷ শনিবাৰে এক নির্দেশযোগে এই নিযুক্তি প্রদান কৰে ৰাজ্য চৰকাৰে৷
উল্লেখ্য যে কামৰূপ জিলাৰ মির্জাত কর্মৰত হৈ আছে বৰদলৈ৷