peepl-small

নেমুৰ দহটা উপকাৰিতা

PUBLISHED:

গুৱাহাটীঃ আপোনাৰ স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। আহক জানো নেমু বা নামুৰ ৰসৰ দহটা উপকাৰিতা।
(১) ওজন হ্ৰাস কৰাত সহায় কৰে। গৰম পানীৰ লগত নেমু ৰস মিহলাই খালী পেটত খালে উপকাৰ পোৱা যায়।
(২) নেমুত যথেষ্ট পৰিমাণে চি ভিটামিন থাকে।
(৩) নেমু বা নেমু ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
(৪) হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। পেটৰ সমস্যা দূৰ কৰিব পাৰে।
(৫) লিভাৰ ভালে ৰাখে।
(৬) চি ভিটামিন থকাৰ বাবে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে।
(৭) গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খালে গাঁঠিৰ বিষৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি।
(৮) নেমুৰ ৰস মিহলি গৰম পানী খোৱাটো দাঁতৰ বাবেও উপকাৰী। দাঁতৰ বিষৰ যন্ত্ৰণা হ্ৰাস কৰিব পাৰে ।
(৯) চাইনাছ বা শ্বাস প্ৰশ্বাসজনিত সমস্যা সমাধানত সহায়ক।
(১০) গৰম পানীত নেমুৰ ৰস বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়।

RELATED ARTICLES