গুৱাহাটীঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰথমে মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে। শংকৰদেৱ কলাক্ষেত্ৰত নীলা লুঙী, কলপতীয়া শাৰী ৰখাৰ বিতৰ্কিত প্ৰস্তাৱ দিছিল কংগ্ৰেছী বিধায়কগৰাকীয়ে। এইবাৰ শংকৰদেৱ কলাক্ষেত্ৰত চকু পৰিছে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন…