peepl-small

অসম ফ’ৰাম গ্ৰেট ব্ৰিটেইনৰ ৱেব কনফাৰেন্সত অসমৰ ক’ভিড যুদ্ধৰ আলোচনা

PUBLISHED:

গুৱাহাটীঃ অসম ফ’ৰাম গ্ৰেট ব্ৰিটেইনৰ ৱেব কনফাৰেন্সত অসমৰ ক’ভিড যুদ্ধৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰা হয়। কনফাৰেন্সত প্ৰবাসী অসমীয়া চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ক’ভিড সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়।

আলোচনা চক্ৰত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বৰপেটে মেডিকেল কলেজৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰ, গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাও উপস্থিত থাকে।

এই আলোচনা চক্ৰত অসমৰ ক’ভিড যুদ্ধৰ বিভিন্ন দিশৰ আলোকপাত কৰা হয়।

RELATED ARTICLES