Assam

মুখ্যমন্ত্ৰী পদৰ বাবে নিজকে উপযুক্ত বুলি দাবী ৰিপুণ বৰাৰ

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে নিজকে উপযুক্ত বুলি দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই। মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম ওলোৱা প্ৰসংগত সোমবাৰে সাংবাদিকৰ আগত বৰাই কয়—”নাম কিয় নোলাব। মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে দলটোক পাঁচটা বছৰে যিধৰণে…

352 new COVID-19 cases push Assam’s tally to 2,20,310

Guwahati: Assam’s coronavirus cases surged to 2,20,310 on Sunday as 352 more people tested positive for the infection while one new fatality pushed the COVID-19 death toll to 1,118, the National Health Mission (NHM) bulletin said. With the state witnessing…

হয় বিহু বাতিল কৰক নহয় ‘এছ অ’ পি’ শিথিল কৰক

গুৱাহাটীঃ চৰকাৰে হয় এছ অ’ পি বিধি উঠাই লওক নহ’লে বিহু বন্ধ কৰক৷ –এই দাবীৰে আজি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনৰ সমন্বয়ৰক্ষী সমিতি৷ গুৱাহাটীৰ লতাশিল খেলপথাৰত চৰকাৰে জাৰি কৰা এছ অ’ পিৰ বিৰোধিতা কৰি সমন্বয়ৰক্ষী সমিতিৰ…

গেৰাণ্টী! মহাজোঁটৰ প্রার্থীৰে নাই গেৰাণ্টী

গুৱাহাটীঃ নির্বাচনৰ সময়ত অসমৰ জনসাধাৰণক ৫টা গেৰাণ্টী দিয়া কংগ্রেছে এতিয়া অংশীদাৰ দলৰ গেৰাণ্টীক লৈ সন্দিহান হৈ চৰম অস্বস্তিত পৰিছে৷ মূলতঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক লৈয়েই হর্ছ ট্রেডিঙৰ গভীৰ শংকাত…

অসমতে থাকিব টাটা টীৰ অপাৰেটিং মুখ্য কার্যালয়

গুৱাহাটীঃ সকলো বিতর্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ‘টাটা টী’য়ে গুৱাহাটীতে মুখ্য অপাৰেটিং কার্যালয় বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ আজি কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে হোৱা এক বৈঠকৰ অন্তত এমাল্গেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশিত এক প্রেছ বিজ্ঞপ্তিত এই কথা…

ওখ শৃংগলৈ এগৰাকী অসমীয়াঃ এভাৰেষ্ট জয়ৰ পথত অগ্ৰসৰ হাজোৰ হেদায়েৎ আলী

গুৱাহাটীঃ বিশ্বৰ সবাতোকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ আগবাঢ়িছে এগৰাকী অসমীয়াই। হাজোত জন্মগ্ৰহণ কৰা এই অসমীয়াগৰাকী হৈছে হেদায়েৎ আলী।     বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে লুকলাৰ পৰা বেচকেম্পলৈ ট্ৰেকিং অভিযান আৰম্ভ কৰিছে হেদায়েৎ আলীয়ে। এগৰাকী ছফটৱেল…

এবছৰে চলা নাই ‘চিলাৰায়’, শ শ পৰিয়ালৰ জীৱনলৈ ঘোৰ অমানিশা

গুৱাহাটীঃ দেশজুৰি লকডাউনৰ বাবে বন্ধ কৰি দিয়া হৈছিল সকলো শ্রেণীৰ যাতায়াত ব্যৱস্থা৷ ইয়াৰ পৰিপ্রেক্ষিতত নামনি অসমৰ ৰে’ল যাতায়াতৰ অন্যতম বঙাইগাঁও–গুৱাহাটী ভায়া গোৱালপাৰা টাউন সংযোগী ‘চিলাৰায়’ যাত্রীবাহী ৰে’লখনৰো যাতায়াত বন্ধ কৰি দিয়া হৈছিল৷ ইয়াৰ বাবে বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ কামৰূপৰ ৰে’লযাত্রীসকল ভীষণ…

বিহুত SOP: কি ক’লে জুবিন গাৰ্গে?

গুৱাহাটীঃ ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। বিহুৰ অনুষ্ঠানসমূহ নিশা ১১ বজাৰ ভিতৰত সামৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনাক আদৰণি জনাই জনপ্ৰিয় শিল্পীগৰাকীয়ে কয়—”সেইটো ভাল…

অসম আৰক্ষীৰ নৱনিযুক্ত ৫৯৭ উপ–পৰিদর্শকৰ এবছৰৰ ঠিকনা মেঘালয়ৰ নেপা; ১৯ এপ্রিলৰ পৰা প্রশিক্ষণ

গুৱাহাটীঃ নির্বাচনী অধিসূচনা জাৰি কৰাৰ প্রাক্মুহূর্তত বিগত ফেব্রুৱাৰী মাহৰ শেষৰফালে অসম আৰক্ষীত নিযুক্তি লাভ কৰা প্রায় ৫৯৭জন উপ–পৰিদর্শকৰ এবছৰৰ বাবে ঠিকনা হ’ব মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ কাষৰীয়া বৰাপানীস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনৰ আৰক্ষী বিষয়াৰ প্রশিক্ষণ প্রতিষ্ঠান নর্থ ইষ্ট পুলিচ একাডেমী…

২ মে’ৰ পাছত শ্বহীদ পৰিয়ালৰ বাবে কৰণীয়খিনি কৰিব চৰকাৰে

গুৱাহাটীঃ ৰাষ্ট্রীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ পৰিয়ালৰ বাবে কৰণীয়খিনি ২ মে’ৰ পাছত পর্যায়ক্রমে চৰকাৰে কৰিব৷ –শনিবাৰে এই মন্তব্য কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে যোৱা ৩ এপ্রিলত ছত্তিশগড়ৰ বিজাপুৰত মাওবাদীৰে হোৱা সংঘর্ষত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ২১০নং কোব্রা…

News Live TV