peepl-small

আজি ঘোষিত হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ ফল

PUBLISHED:

গুৱাহাটী: বহু প্ৰত্যাক্ষিত অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰিছে। যোৱা ২২ নৱেম্বৰত অনুষ্ঠিত হৈছিল উপ পৰিদৰ্শকৰ পৰীক্ষা । ৫৯৭ টা পদৰ বাবে হৈছিল পৰীক্ষা । পৰীক্ষাৰ ৰিজাল্ট চাবলৈ slprbassam.in লিংকত গৈ ক্লিক কৰক ।

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত এছ আই পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ মুঠ ৫৭৯টা এছ আই পদৰ বাবে অনুষ্ঠিত পৰীক্ষা আৰম্ভ হোৱাৰ পোন্ধৰ মিনিট পিছতে প্রশ্ণকাকত ফাদিল হোৱাৰ কথা ধৰা পৰে৷ প্রশ্ণকাকত ফাদিল হোৱাৰ বিষয়ে অৱগত হোৱাত ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডৰ সেই সময়ৰ অধ্যক্ষ প্রদীপ কুমাৰে লগে লগে এছ আই পৰীক্ষা বাতিল কৰিছিল৷

RELATED ARTICLES