peepl-small

অসমে লাভ কৰিলে কভিডৰ ২ লাখ ভেকচিন

PUBLISHED:

গুৱাহাটী: কৰোনাৰ ছুনামীৰ মাজতে অসমৰ বাবে এক ভাল খবৰ। অসমে নতুনকৈ ভাৰত চৰকাৰৰ পৰা covishieldৰ  ২ লাখ ভেকচিন  লাভ কৰিলে।

এই সকলো কথা টুইট যোগে জানিবলৈ দিছে মন্ত্ৰী ড০ হিংমন্ত বিশ্ব শৰ্মাই। এই নতুন ভেকচিন লাভ কৰাৰ পিছতে অসমত ভেকচিন মজুত আছে ৪০৬৬১০।

মন্ত্ৰী গৰাকীয়ে টুইট যোগে লিখিছে যে, ‘আমি ভাৰত চৰকাৰৰ পৰা আৰু ২ লাখ কভিশ্বিল্ড ভেকচিনৰ নতুন ড’জ লাভ কৰিছো বুলি জনাবলৈ পাই আনন্দিত হৈছো, যিয়ে আমাক অসমত আমাৰ কভিড ভেকচিনেশ্যন কাৰ্যসূচীত সহায় কৰিব’।

 

 

RELATED ARTICLES