peepl-small

৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়ত, অব্যাহত থাকিব সান্ধ্য আইন

PUBLISHED:

গুৱাহাটীঃ ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰিছে ক’ভিড সম্পৰ্কীয় নতুন ‘SOP’। সেই অনুসৰি নগৰাঞ্চলত দিনৰ ১২ বজাৰ পৰাই অৰ্থাৎ পূৰ্বৰ দৰে অব্যাহত থাকিব সান্ধ্য আইন। ৫ জুনলৈ এই নিৰ্দেশ বাহাল থাকিব। একেদৰে, ৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

গ্ৰামাঞ্চলত পূৰ্বৰ ৬ বজাৰ পৰিৱৰ্তে বিয়লি ২ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।

চাওক সবিশেষ প্ৰতিবেদনঃ

 

পঢ়ক চৰকাৰী নিৰ্দেশনাঃ

RELATED ARTICLES