peepl-small

কনিষ্টবল অমিয় কলিতাক পুৰস্কাৰ ডিজিপিৰ

PUBLISHED:

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ধূলিয়ৰি পথ পানীৰে পৰিষ্কাৰ কৰি প্রশংসা লাভ কৰিছে অমিয় কলিতা নামৰ এগৰাকী আৰক্ষী কনিষ্টবলে৷

দিছপুৰ থানাৰ যান–বাহন শাখাত কর্মৰত কনিষ্টবল অমিয় কলিতাই   ছুপাৰ মার্কেট পইণ্টত ধূলিময় পথ পানীৰে পৰিষ্কাৰ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই কলিতাক প্রশংসা কৰে৷

লগতে আৰক্ষী বিষয়া–কনিষ্টবলক উৎসাহিত কৰা কার্যৰ বাবে কলিতাক ৫,০০০ টকাৰ পুৰস্কাৰ প্রদান কৰে৷

ইংৰাজীত পঢ়কঃ ASSAM POLICE CONSTABLE CLEANS ROAD IN GUWAHATI, GOES VIRAL

RELATED ARTICLES