peepl-small

হাউলীত আদৰণী তোৰণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

PUBLISHED:

গুৱাহাটীঃ থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলনেৰে বৰপেটা জিলাৰ হাউলীত অসম পৰ্যটন উন্নয়ন নিগমৰদ্বাৰা নিৰ্মাণ হ’বলগীয়া আদৰণী তোৰণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তোৰণখনৰ নিৰ্মাণত ব্যয় হ’ব ৪০ লাখ টকা।

অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা  হৃষীকেশ গোস্বামী, বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

RELATED ARTICLES