peepl-small

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

PUBLISHED:

গুৱাহাটী: মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ বাবে দিল্লী ভ্রমণলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷ তাৰপাছত মুখ্যমন্ত্রীগৰাকীয়ে বিয়লি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনক সাক্ষাৎ কৰে।

জানিব পৰা মতে, ৩ মে’ত মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰি তেওঁৰ দিল্লী ভ্রমণৰ সামৰণি মাৰিব৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটযোগে কয়, “FM আৰু GST পৰিষদৰ সদস্য হিচাপে যোৱা ২ বছৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে কাম কৰাটো মোৰ বাবে এক সৌভাগ্যৰ বিষয়।”

RELATED ARTICLES