peepl-small

আজিৰে পৰা আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

PUBLISHED:

গুৱাহাটীঃ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখনেই প্ৰথম বাজেট অধিৱেশন।
এমাহজুৰি চলিবলগীয়া বাজেট অধিৱেশনৰ মাজত ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব বাজেট।
অধিৱেশনৰ প্ৰথমটো দিনটো অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ভাষণেৰে আৰম্ভ হয়।
প্ৰশ্নোত্তৰ শিতানত কেইবাগৰাকীও বিধায়কে প্ৰশ্ন উত্থাপন কৰে।

RELATED ARTICLES