peepl-small

ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিলে নীলপৱন বৰুৱাই

PUBLISHED:

গুৱাহাটীঃ ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিলে যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাই। ক’ভিডৰ ফলাফল নিগেটিভ অহাৰ পাছতে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল ত্যাগ কৰে শিল্পী বৰুৱাই।

শিল্প আৰু সৌন্দৰ্যৰ সাধনাত জীৱন উচৰ্গা কৰা শিল্পী নীলপৱন বৰুৱাই ক’ভিড ৱাৰ্ডতে হাতত তুলি লৈছিল ৰং-তুলিকা। হাস্পতালৰ বিছনাৰ পৰাই বৰুৱাই আঁকিছিল ছবি।

শিল্পীগৰাকীৰ সুস্থতাৰ খবৰত এতিয়া আনন্দিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

RELATED ARTICLES