peepl-small

বিধানসভাত শপত গ্ৰহণ কৰিব পাৰিব অখিল গগৈয়ে

PUBLISHED:

গুৱাহাটীঃ বিধায়কৰূপে বিধানসভাত অখিল গগৈক শপত ল’বলৈ অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধাকাৰী সংস্থা চমুকৈ ‘NIA’-ৰ আদালতে।

কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি শিৱসাগৰৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হোৱা গগৈক সদনত শপতগ্ৰহণৰ অনুমতি প্ৰদান কৰে গুৱাহাটীৰ ‘NIA’আদালতে

অখিল গগৈৰ আবেদন মৰ্মে আদালতে এই বিশেষ অনুমতি প্ৰদান কৰিছে।

RELATED ARTICLES