peepl-small

আৰক্ষীৰ গুলীত আহত ভূৰাগাঁৱৰ ধৰ্ষণকাৰী  চৈয়দ আলী

PUBLISHED:

গুৱাহাটীঃ আৰক্ষীৰ গুলীত আহত হৈছে মৰিগাঁৱৰ ভূৰাগাঁৱৰ ধৰ্ষণকাৰী চৈয়দ আলী। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ বিচাৰোঁতে আৰক্ষীৰ গুলীচালনাত আহত হয় ন বছৰীয়া কণমানি এজনীক হত্যা আৰু ধৰ্ষণ কৰা অভিযুক্তটো।
পুৱতি নিশা প্ৰায় তিনি বজাত কণমানিজনীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ তদন্তৰ খাতিৰত লৈ যোৱা হৈছিল চৈয়দক। তাৰ পৰা প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ বিচাৰোঁতে আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হয়।
চৈয়দৰ ভৰিত গুলী লাগে। বৰ্তমান তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হয়।

RELATED ARTICLES