গুৱাহাটীঃ ৫ মে’ৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন।
ইপিনে বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
#Breaking – নতুন নিৰ্দেশনা –
– কাইলৈৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন।
– বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায় প্ৰতিষ্ঠান।
Posted by News Live on Tuesday, 4 May 2021