peepl-small

বিধায়িনী দলৰ বৈঠকত উপস্থিত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

PUBLISHED:

গুৱাহাটী: বিধানসভাৰ সভাকক্ষত অনুষ্ঠিত হ’ব বিধায়িনি দলৰ বৈঠক। এঘন্টাৰ পিছতে অন্ত পৰিব সকলো উৎকন্ঠাৰ।

বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিধানসভাত উপস্থিত বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা।
উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা।

RELATED ARTICLES