peepl-small

মুখ্যমন্ত্ৰী সোণোৱাললৈ ১০ কেজি ওজনৰ আৰি মাছ উপহাৰ

PUBLISHED:

গুৱাহাটীঃ কাইলৈ উৰুকা। উৰুকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ উপহাৰ ৰূপে প্ৰদান কৰিলে ১০ কেজি ওজনৰ আৰি মাছ। উজান বজাৰ মাছ ব্যৱসায়ী সন্থাই আজি মুখ্যমন্ত্ৰীগৰাকীক ভোগালী বিহু উপলক্ষে এই ১০ কেজি ওজনৰ মাছটো প্ৰদান কৰে।

যোৱাবছৰো ব্যৱসায়ী সন্থাটোৱে ৮ কিলোগ্ৰাম ওজনৰ চিতল মাছ উপহাৰ দিছিল মুখ্যমন্ত্ৰীক। উল্লেখ্য, মুখ্যমন্ত্ৰীক পৰম্পৰা অনুযায়ী মাছ উপহাৰ দিয়াৰ পিছতে উজান বজাৰৰ মাছৰ মেলা মুকলি কৰা হয়।

RELATED ARTICLES