কণমানি সন্তানক ঘৰত থৈ, কাঠ মিস্ত্ৰী স্বামীক সকাহ দিবলৈ কেনেদৰে আৰক্ষীত নিযুক্তি লাভ কৰিলে মহিলাই ?

0
2235

প্ৰৱল ইচ্ছাশক্তি থাকিলে সকলো সম্ভৱ ! কণমানি সন্তানক ঘৰত থৈ, কাঠ মিস্ত্ৰী স্বামীক সকাহ দিবলৈ কেনেদৰে আৰক্ষীত নিযুক্তি লাভ কৰিলে এগৰাকী মহিলাই ? স্বচ্ছ আৰু নিকা নিযুক্তিক লৈ কিমান সুখী তেওঁলোক ?